বিশ্ব পৰিৱেশ দিৱস / World Environment Day
September 28, 2021
মানুহে প্ৰকৃতি সৃষ্টি কৰা নাই প্ৰকৃতিয়েহে মানুহক সৃষ্টি কৰিছে । এটি সাধাৰণ গছ-পুলি ৰুই আমি আমাৰ লগতে এই ধৰণি খনক ভৱিশ্যতো ৰক্ষা কৰিব পাৰিম । মানৱ জাতিৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে প্ৰয়োজনো বৃদ্ধি পাইছে যাৰ ফলত হাবি-বননি কটাৰ ফলত গোলকীয় উত্তাপণ বৃদ্ধি পাইছে, এই সকলো সমস্যাৰ পৰা উদ্ধাৰ হোৱাৰ একমাত্ৰ পথ হ’ল -“গছপুলি ৰোপণ”
